সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : মনৰ ভাল লগা ভাব
উদাহরণ : তেওঁ নিজৰ ৰুচি অনুসৰিহে কোনো কাম কৰে
সমার্থক : অভিৰুচি, ইচ্ছা, পছন্দ
অর্থ : প্রাকৃতিকভাৱে কোনো কাম আদিত হোৱা ধাউতি
উদাহরণ : পঢ়াৰ প্রতি ধাউতি দেখি ্তেওঁক চহৰলৈ পঠোৱা হʼল
সমার্থক : অভিৰুচি, আগ্রহ, ইচ্ছা, ধাউতি, মন, হাবিলাস, হাবিয়াস
অর্থ : যাৰ প্রতি মৰম ওপজে বা যিজন অতি মৰমৰ
উদাহরণ : এইখন মোৰ অতি প্রিয় গ্রন্থ
সমার্থক : অভিৰুচি, পছন্দ, প্রিয়, ভাল লগা
ইনস্টল