অর্থ : এজন ৰজা বা ৰাণীৰ দ্বাৰা শাসিত অঞ্চল
উদাহরণ :
মোগলকালীন যুগত ভাৰতবর্ষ সৰু-সৰু ্ৰাজ্যত বিভক্ত আছিল
সমার্থক : প্রদেশ
অর্থ : যি শাসনতন্ত্রত ৰাজ্যৰ শাসন কোনো ৰজা বা ৰাণীৰ অধীনত থাকে
উদাহরণ :
খৰাং বতৰৰ কাৰণে ৰাজ্যই সকলো কৃষকৰে কৰ ৰেহাই দিলে
অর্থ : স্বায়ত্ব অঞ্চলৰ শাসনৰ দ্বাৰা সন্মিলিত হোৱা লোক-সমষ্টি ................???
উদাহরণ :
ৰাজ্য আয়কৰ বৃদ্ধি কৰি দিলে
সমার্থক : প্রদেশ