সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি ৰমণ কৰাৰ যোগ্য
উদাহরণ : পৱাই হ্রদেৰে আৱৰি থকা আই. আই. টি. বʼম্বে এখনি ৰমণীয় ঠাই
সমার্থক : ৰম্য
অর্থ : যিয়ে আনন্দ প্রদান কৰে
উদাহরণ : মোৰ ভ্রমণটো আনন্দদায়ক আছিল অন্তাক্ষৰী এটা আনন্দপ্রদ খেল
সমার্থক : আনন্দকাৰী, আনন্দদায়ক, আনন্দদায়ী, আনন্দপ্রদ, সুখপ্রদ
ইনস্টল