সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ভাৱবোৰ প্রকাশিত নকৰা
উদাহরণ : তেওঁ নিজৰ খঙক ৰখালে
অর্থ : কোনো গতিশীল বস্তুৰ গতি বন্ধ কৰা
উদাহরণ : গাড়ীৰ সন্মুখত হঠাৎ এটা কুকুৰ আহি ওলোৱাত চালকজনে গাড়ীখন ৰখালে
অর্থ : কাৰোবাক আগ বাঢ়িবলৈ নিদিয়া
উদাহরণ : পুলিচে সমদলটোক চকটোতে ৰখাই দিলে
সমার্থক : ৰখাই দিয়া
ইনস্টল