সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ৰক্ত বর্ণৰ
উদাহরণ : ৰামৰ হাতত এখন ৰঙা ৰুমাল আছিল
সমার্থক : তেজাল, লাল, ৰঙা
অর্থ : তেজ বৰণৰ
উদাহরণ : পুৱাৰ সূর্য ্লোহিত ্বর্ণৰ হয়
সমার্থক : তেজৰঙী, লোহিত, ্ৰক্তবর্ণী, ৰক্তাভ
অর্থ : ৰঙা হোৱাৰ ভাব বা তেজৰঙা বৰণৰ
উদাহরণ : এই ফলটো পকিলে ৰঙচুৱা ৰঙৰ হৈ পৰে
সমার্থক : আৰক্ত, ৰঙচুৱা
ইনস্টল