সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিজন ভাল গুণৰ অধিকাৰী বা যাৰ কাম আদিৰ দ্বাৰা আনৰ মঙ্গল সাধন হয়
উদাহরণ : পৃথীৱীত ভাল মানুহ এতিয়াও কমি যোৱা নাই
সমার্থক : উত্তম, ভাল
অর্থ : যি সকলোৰে লগত ভাল, উচিত আৰু প্রিয় ব্যৱহাৰ কৰে
উদাহরণ : সজ্জন লোকে যিকোনো পৰিস্থিতিত আনৰ ভাল চিন্তা কৰে
সমার্থক : ভাল, সজ্জন, সাধু, সুজন
অর্থ : যʼত সৎগুণ আছে
উদাহরণ : সৎগুণী লোক প্রশংসাৰ প্রাত্র
সমার্থক : গুণশালী, গুণী, গুণৱান, গুনৱন্ত, সদ্গুণী, সৎগুণী
ইনস্টল