অর্থ : কমলাৰ বাকলিৰ নিচিনা ৰং বা ৰঙা আৰু হালধীয়া মিহলাই উলিওৱা ৰং
উদাহরণ :
চিত্রশিল্পীজনে কমলা ৰঙেৰে ছবিখন বুলাই আছে
সমার্থক : কমলা, কমলা ৰং, সুমথিৰা ৰং
অর্থ : নেমুজাতীয় এবিধ মজলীয়া আকাৰৰ গছ
উদাহরণ :
কমলা গছৰ ফল খাবলৈ মিঠা, সুগন্ধি ৰসাল
সমার্থক : কমলা, কমলা গছ, সুমথিৰা গছ, সোণতৰা গছ