সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি লাভ, যশ আদিৰ দৃষ্টিত ঠিক আছে বা যি সঠিক ব্যৱহাৰ হৈছে
উদাহরণ : আপোনাৰ দর্শনে মোৰ জীৱন সার্থক কৰিলে
সমার্থক : সফল, সফল মনোৰথ, সফলক্াম, সার্থক
অর্থ : যি চেষ্টা কৰি কোনো কার্য ্বা উদ্দেশ্য পূর্ণ কৰি লয়
উদাহরণ : মোহন এই কামত সফল হʼল
সমার্থক : কৃতকার্য, কৃতকার্য্য, কৃতকৃত্য, সফল, সফল মনোৰথ, সফলকাম, সার্থক, সিদ্ধমনোৰথ
ইনস্টল