অর্থ : যিটো বর্ত্্মান কালৰ সৈতে সম্বন্ধিত বা বর্ত্্মান কালৰ
উদাহরণ :
সাম্প্রতিক বিশ্বৰ ৰাজনৈতিক পৰিস্থিতিৰ খবৰ সকলোৱে ৰখা উচিত
সমার্থক : সাম্প্রতিক, ্বর্ত্্মান
অর্থ : সময়ৰ সৈতে সম্বন্ধ ৰাখোতাজন
উদাহরণ :
প্রেমচান্দৰ কাহিনীবোৰ সময়সাপেক্ষ
সমার্থক : কালিক, সময়সাপেক্ষ