সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিয়ে কোনো কামত সকলো ধৰণৰ অধিকাৰ লাভ কৰে
উদাহরণ : এই অনুষ্ঠানটোৰ সর্বেসর্বা হʼল মহাজন মোহনদাস, কিয়নো তেওঁৰ ্ চোৱা-চিতাতেই এই কামটো হৈ উঠিছে
সমার্থক : হর্তা-কর্তা
অর্থ : কোনো ঘৰ, দল বা সমাজ আদিৰ মুখ্য ব্যক্তি
উদাহরণ : অটল বিহাৰী বাজপেয়ী বিজেপিৰ প্রধান আছিল
সমার্থক : অধিকাৰী, অধিপতি, গুৰি ধৰোতা, প্রধান, মুখিয়াল, মুৰব্বী
ইনস্টল