অর্থ : সাহিত্য, বিজ্ঞান, কলা আদিৰ উন্নতিৰ কাৰণে স্থাপন কৰা সমাজ
উদাহরণ :
ভাৰতীয় ঔদ্যোগিক প্রতিষ্ঠান শিক্ষাৰ ক্ষেত্রত বিশ্ববিখ্যাত
সমার্থক : প্রতিষ্ঠান, সংস্থান
অর্থ : চৰকাৰৰ এক প্রকাৰৰ প্রশাসনিক গোট
উদাহরণ :
চি বি আই ভাৰত চৰকাৰৰ এটা অনুসন্ধান সংস্থা