সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : নিজৰ ভাৱত বিভোৰ হৈ থকা অথবা সংকোচ, দোষ আদিৰ কাৰণে আনৰ সন্মুখত মূৰ তুলি চাব বা কথা কʼব নোৱাৰা এক অৱস্থা
উদাহরণ : লাজৰ কোবতে তেওঁ একো কʼব নোৱাৰিলে
সমার্থক : চৰম, লাজ
অর্থ : কোনো কাম কৰাৰ আগতে মনত হোৱা উচপিচ অৱস্থা
উদাহরণ : দীপাক এই উপহাৰটো দিবলৈ মোৰ সংকোচ লাগিছে
সমার্থক : কুণ্ঠাবোধ
ইনস্টল