অর্থ : লেখকৰ ভাষা সম্বন্ধীয় বিশেষত্বক প্রতিফলিত কৰিব পৰা বাক্য ৰচনাৰ এক বিশিষ্ট প্রকাৰ
উদাহরণ :
সুৰদাসৰ ভাষাশৈলী সৰল আছিল
সমার্থক : ভাষাশৈলী
অর্থ : কোনো বিশেষ ব্যক্তি, সম্প্রদায় আদিৰ বিশিষ্টতাপূর্ণ্্ ভাষা, কলা, সংগীত আদিৰ অভিব্যক্তিসূচক ভঙ্গীমা
উদাহরণ :
সকলো সংবাদ দাতাই বাতৰি কাকতৰ শৈলীক অনুসৰণ কৰিব বিচাৰে