সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : মুখৰ পৰা ওলোৱা পাতলীয়া এঠালেটীয়া থু বিশেষ
উদাহরণ : মাকে বাৰে বাৰে কেঁচুৱাটোৰ মুখৰ পৰা ওলোৱা লালটিখিনি ৰুমালেৰে মচি আছে
সমার্থক : লালটি, লেলাৱটি
অর্থ : তেজৰ বৰণৰ
উদাহরণ : তেজৰ ৰং ৰঙা
সমার্থক : অলক্তৰাগ, অৰুণাভা, অৰুণিমা, লাল ৰং, লালিমা, লোহিত্্বর্ণ, লৌহিত, ্লোহিত, ্ৰক্তবর্ণ, ্ৰক্তাভা, ৰক্তাৰাগ, ৰক্তিমা, ৰক্তিমাভা, ৰক্ত্াভা, ৰঙা, ৰঙা ৰং
অর্থ : ৰক্ত বর্ণৰ
উদাহরণ : ৰামৰ হাতত এখন ৰঙা ৰুমাল আছিল
সমার্থক : তেজাল, ৰক্তিম, ৰঙা
ইনস্টল