সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ৰছী আদিত থকা পাক
উদাহরণ : কোনো ৰচীত যিমান গোঠনি থাকে সিমানে ৰছিডাল মজবুত হয়
সমার্থক : গোঁঠনি, পাক
অর্থ : কোনো বস্তুক চাৰিওফালে আৱৰি ৰখা কোনো ৰেখা বা যতন
উদাহরণ : তেওঁ খেতিডৰাৰ চাৰিওফালে ঘেৰ দি থৈছে থৈছে
সমার্থক : আওতা, আবেষ্টনী, গণ্ডী, ঘেৰ, চাৰিসীমা, পৰিধি, পৰিবেষ্টন, পৰিবেষ্টনী, পৰিসীমা, বেষ্টনি, বেৰণ, বেৰা
অর্থ : যি ঠাইৰ পৰা ৰাষ্টা কোনো দিশলৈ গতি কৰিছে
উদাহরণ : আগৰ মেচটোৰ পৰা এই ৰাষ্টাটো সিধা সাগৰৰ পিনে গৈছে
সমার্থক : মেচ
অর্থ : বস্তু বা সা-সম্পত্তি ৰখা ঘৰ:ভৰাঁল ঘৰত নিগনিৰ উৎপাত বাঢ়িছে
উদাহরণ :
সমার্থক : গুদাম, গুদাম ঘৰ, ভঁ্ৰাল, ভঁ্ৰাল ঘৰ, ভাণ্ডাৰ, মেৰ ঘৰ, ষ্টোৰ ৰুম
অর্থ : ঘূৰা কার্য ্বা অৱস্থা
উদাহরণ : এই ৰাস্তাটোত বহুত মেৰ আছে
সমার্থক : ঘেৰ
অর্থ : যি ঠাইৰ পৰা কোনো বস্তুৱে অন্যফাললৈ গতি কৰে
উদাহরণ : তাঁৰডালৰ মেৰটোত এটা জেঠী বহি আছে
ইনস্টল