সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যাৰ প্রভাৱ বা ফলস্বৰূপে কোনো কাম হয়
উদাহরণ : এই কাজিয়াখনৰ কাৰণ কি ্ধোঁৱা জুইৰ কাৰণে ওলায়
সমার্থক : অর্থ, কাৰক, কাৰণ, নিমিত্ত, হেতু
অর্থ : পানী আৰু আহাৰ আহৰণ কৰিবৰ কাৰণে মাটিত খামুচি থকা উদ্ভিদৰ নিম্নাংশ
উদাহরণ : আয়ুর্বেদিক চিকিৎসাত বিভিন্ন প্রকাৰৰ শিপা ব্যৱহাৰ কৰা হয়
সমার্থক : পম, শিপা, শিহা, শিহৰি, শিয়া
অর্থ : কোনো বস্তু চেপিলে বা পিচিলে ওলোৱা তৰল পদার্থ
উদাহরণ : পদিনাৰ ৰস পেটৰ কাৰণে বৰ ভাল
সমার্থক : অর্ক, আৰক, নি্র্যাস, ্সাৰ অংশ, ৰস
অর্থ : কোনো বস্তুৰ মূল বা তত্ত্বৰ সৈতে সম্বন্ধ ৰাখোতা
উদাহরণ : সত্য, অহিংসা আৰু প্রেম হৈছে সংস্কৃতিৰ আধাৰ
সমার্থক : আধাৰ, বুনিয়াদ
অর্থ : যিটো আৱশ্যক হয়
উদাহরণ : আমাৰ শৰীৰটো পাঁচটা মুখ্য পদার্থৰে গঠিত
সমার্থক : প্রধান, মুখ্য
অর্থ : যʼত পোৱা যায় সেই ঠাইত জন্ম হোৱা বা উৎপন্ন হোৱা
উদাহরণ : উটপক্ষী অষ্ট্রেলিয়াৰ স্থানীয় চৰাই
সমার্থক : আঞ্চলিক, থলুৱা, দেশজ, দেশজাত, দেশী, দেশীয়, স্থানীয়
ইনস্টল