সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : এটা বস্তুত আন বস্তু বা বিভিন্ন বস্তু ঢালি সকলো একেলগ কৰা
উদাহরণ : গোৱালে গাখীৰত পানী মিহলায় দোকানীয়ে জালুকত অমিতাৰ গুটি মিলায়
সমার্থক : মিলা, মিলোৱা, মিহলা
অর্থ : কোনো দ্রৱ পদার্থত ্কোনো বস্তু ঘূলি লৈ মিলোৱা কার্য
উদাহরণ : আমি চৰবত বনাবলৈ পানীত চেনি ঘূলোঁ
সমার্থক : ঘোলা, মিশ্রিত কৰা, মিহলি কৰা, সংমিশ্রিত কৰা
ইনস্টল