সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বেতন বা পাৰিশ্রমিকৰ বিনিময়ত কাৰোবাক কার্যালয় বা কাৰখানাত কাম দিওঁতা ব্যক্তি
উদাহরণ : মালিকে কর্ম্্চাৰীৰ দাবী পূৰণ কৰিবলৈ অমান্তি হʼল
অর্থ : যাৰ কোনো বস্তুৰ আদিৰ ওপৰত সকলো ধৰণৰ অধিকাৰ আছে
উদাহরণ : মালিক চাকৰৰ ওপৰত খড়্গহস্ত হৈছিল
সমার্থক : অধিপতি, গৰাকী, স্বামী
অর্থ : ইছলাম ধর্মত ঈশ্বৰ বুজোৱা নাম
উদাহরণ : ঈশ্বৰ আৰু আল্লা একেই
সমার্থক : আল্লা, আল্লাহ, খুদা
অর্থ : ঘৰৰ মূল মানুহ
উদাহরণ : গৃহস্থৰ ওপৰতে গোটেই পৰিয়ালৰ দায়িত্ব থাকে
সমার্থক : গৃহপতি, গৃহস্থ, গৃহস্বামী, ঘৰৰ মালিক, পৰিয়ালৰ মুৰব্বী
ইনস্টল