সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : গছৰ গাৰ পৰা ওলোৱা বা পিচি উলিওৱা তৰল পদার্থ বিশেষ
উদাহরণ : কিছুমান গছৰ ৰস ঔষধি হিচাপে ব্যৱহাৰ কৰা হয়
সমার্থক : নি্র্যাস, ৰস
অর্থ : যি প্রবল নহয়
উদাহরণ : যত্ন কৰিলে অধমজনো প্রবল হʼব পাৰে মোৰ বুদ্ধি কম
সমার্থক : অধম, অপ্রবল, কম, নিকৃষ্ট, প্রবলতাহীন, বেয়া
অর্থ : ভালৰ ওলোটা বা বিপৰীত
উদাহরণ : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়
সমার্থক : অধম, অনুচিত, অপকৃষ্ট, অসৎ, খল, গর্হিত, দুষ্ট, নিকৃষ্ট, নীচ, বদ, বেয়া
অর্থ : যাৰ শক্তি আৰু গতি কমি গৈছে
উদাহরণ : তেওঁ ধীৰ গতিৰে গাড়ী চলাই আছে
সমার্থক : ধীৰ, মন্থৰ, মেদা, লেদা, লেহেম, শ্লথ
ইনস্টল