অর্থ : মনত উদয় হোৱা ভাব বা কোনো বিচাৰ
উদাহরণ :
মনোভাবৰ ওপৰত নিয়ন্ত্রণ ৰখাটো কঠিন মনলৈ বিভিন্ন ধৰণৰ ভাব আহে
সমার্থক : ভাব, মনোভাবনা, মানসিক ভাব
অর্থ : মনৰ অৱস্থা
উদাহরণ :
তেওঁৰ ্মানসিক অৱস্থা এতিয়া ভাল নহয়
সমার্থক : মনোবৃত্তি, মনোৱস্থা, মানসিক অৱস্থা, মানসিকতা