অর্থ : ধন, বিদ্যা, প্রভুত্ব আদিৰ ওপৰত থকা এক ধৰণৰ অহংকাৰী ভাব
উদাহরণ :
জমিদাৰীৰ অহংকাৰত ঠাকুৰে ভালেমান কৃষকক প্রতাৰিত কৰিলে
সমার্থক : অহংকাৰ
অর্থ : মদ, ভাং আদি মাদক দ্রৱ্য সেৱন কৰিলে হোৱা মানসিক অৱস্থা
উদাহরণ :
মদৰ নিচাত মাতাল হৈ থকা চিপাহীজনে নির্দোষ ৰবিক বৰকৈ পিটিলে
সমার্থক : জাল, নিচা, মত্তাৱস্থা, ৰাগি