সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো কথাৰ চিন্তা-ভাবনা আৰু নিশ্চিত কৰিব পৰা মনোবৃত্তি বা মানসিক শক্তি
উদাহরণ : আনৰ বুদ্ধিৰে ৰজা হʼবলৈ আশা কৰাতকৈ নিজৰ বুদ্ধিৰে ভিখাৰী হোৱাই বেছি ভাল
সমার্থক : জ্ঞান, ধী, ধীশক্তি, বিবেক, বুদ্ধি, মনীষা, মেধা
অর্থ : বুদ্ধিমান হোৱাৰ অৱস্থা বা ভাব
উদাহরণ : তেওঁ নিজৰ বুদ্ধিমত্তাৰেহে এই কামটোত সফল হʼল
সমার্থক : চতুৰতা, চাতুর্য, চাতুৰী, ধী, ধীশক্তি, বিচাৰ-বুদ্ধি, বুদ্ধি, বুদ্ধিমত্তা, বুধি, বুধি-সুধি, মেধা
অর্থ : সাগৰগর্ভত ্ পোৱা এবিধ মূল্যৱান ৰত্ন
উদাহরণ : গীতাই মুকুতাৰ আঙঠি পিন্ধিছে
সমার্থক : মুকুতা, মুকুতা-মণি, মুক্তা, মুক্তিকা, মৌক্তিক, মৌতি
ইনস্টল