সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : মূৰৰ ভিতৰৰ সাৰ অংশ
উদাহরণ : মগজুৰ সংৰচনা বৰ জটিল
সমার্থক : ঘিউ, মস্তিষ্ক, মাথা
অর্থ : প্রাণীয়ে অনুভব, ইচ্ছা, সংকল্প-বিকল্প সিদ্ধান্ত কৰিব পৰা শক্তি
উদাহরণ : মনৰ চঞ্চলতা দূৰ কৰিব পৰাটো অতি কঠিন কাম
সমার্থক : চিত্ত, পেট, মন, মানস
অর্থ : মগজ সম্বন্ধীয়
উদাহরণ : মগজুৰ শল্য-চিকিৎসাৰ পৰিণতিত ৰোগীৰ মৃত্যু হʼল
সমার্থক : মস্তিষ্ক, মূৰ
ইনস্টল