অর্থ : উত্তম হোৱাৰ অৱস্থা
উদাহরণ :
চৰিত্র ভালেই সকলো ভাল
সমার্থক : উত্তমতা, উৎকৃষ্টতা, গুণযুক্ততা, শ্রেষ্ঠতা
অর্থ : যি ৰুচিৰে ভৰপূৰ
উদাহরণ :
তেওঁৰ ওচৰত ৰুচিসম্পন্ন কাহিনীৰ কিতাপ আছে
সমার্থক : ৰসাল, ৰুচিকৰ, ৰুচিসম্পন্ন, ৰোচক
অর্থ : যিটো ভাঙি-চিঙি বা বেয়া হৈ যোৱা নাই
উদাহরণ :
মই এখন পুৰণি কিন্তু ভাল গাড়ী কিনিব খোজোঁ
সমার্থক : বঢ়িয়া
অর্থ : যি ভাল ধৰণে পৰিণামৰ ৰূপত আহে
উদাহরণ :
এইটো ভাল কথা যে মই তাত নাছিলো এইটো ভাল যে আপোনাক কোনেও নেদেখিল
সমার্থক : বঢ়িয়া