সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : এটাক এৰি দি কোনোবা এটা
উদাহরণ : বর্ধিত জনসংখ্যাৰ সমস্যাৰ সৈতে আন সমস্যাও থিয় হৈ দেখা দিছে
সমার্থক : অইন, অন্য, অন্যান্য, আন, পৰ
অর্থ : আঁতৰোৱা বা দূৰ কৰা
উদাহরণ : পৃথক আহাৰখিনি লৈ তেওঁ ভিতৰলৈ গুচি গʼল
সমার্থক : পৃথক, ভিন্ন
অর্থ : মিহলি হৈ নথকা
উদাহরণ : বিভিন্ন দাইলবোৰ অমিশ্রিতকৈয়ে ৰাখিবা
সমার্থক : অমিশ্রিত, পৃথক
অর্থ : দ্বিতীয় কোনো
উদাহরণ : মোৰ লগত আন মানুহো আছে
সমার্থক : অইন, অন্য, আন, আৰু
ইনস্টল