অর্থ : অধ্যয়নৰ কাৰণে লাভ কৰা অনুদান
উদাহরণ :
ৰোহণৰ দৰে দুখীয়া লʼৰাই বৃত্তি পায়েই পঢ়া-শুনা কৰিলে
সমার্থক : ছাত্রবৃত্তি
অর্থ : জীৱিক-নি্র্বাহৰ কাৰণে কৰা কাম
উদাহরণ :
তেওঁ ্ কাপোৰ বিক্রী কৰাৰ লগতে আন এটা ব্যৱসায়ো আৰম্ভ কৰিছে
সমার্থক : কাৰবাৰ, চাকৰি, চাকৰি-বাকৰি, জীৱিকা, পেশা, ব্যৱসায়, ্প্রৱর্তনি, ৰুজি, ৰুজি-ৰোজগাৰ, ৰোজগাৰ
অর্থ : কাৰোবাৰ ভৰণ-পোষণ আদিৰ কাৰণে দিয়া ধন
উদাহরণ :
চৰকাৰে বিধৱা, বৃদ্ধ আদিৰ জীৱন-নির্বাহৰ কাৰণে বৃত্তি প্রদান কৰে