অর্থ : কোনো দেশৰ ক্ষেত্রীয় আৰু প্রশাসনিক বিভাগ
উদাহরণ :
তেওঁ ্ ফ্রান্সৰ বিভাগবোৰৰ বিষয়ে কৈ আছে
সমার্থক : কার্যবিভাগ
অর্থ : সা-সুবিধা বা ব্যৱস্থাপনা আদিৰ কাৰণে কামৰ বিকেন্দ্রীকৰণ কৰা ক্ষেত্র
উদাহরণ :
আপুনি আই. আই. টিৰ কোনটো বিভাগত কাম কৰে ?
সমার্থক : মহকুমা