অর্থ : বিপত্তিৰ সম্ভাৱনা থকা স্থিতি
উদাহরণ :
তেওঁ নিজৰ জীৱন বিপদত পেলাই ডুবিবলৈ লোৱা শিশুটোক বচালে
সমার্থক : অথন্তৰ, আপদ, আপদ-বিপদ, আফত, আলৈ-আথানি, আলৈ-আহুকাল, আলৈ-বিপদ, আলৈ-বিলৈ, জংকট, নিদান, পয়মাল, পৰাঠ, বিঘিনি, বিপত্তি, বিপদ-আপদ, বিপদ-বিঘিনি, বিপাক, বিলাই, বিলাই-বিপত্তি, বেফাই, মস্কিল, সংকট, হস্কিল-মস্কিল, ্আসোঁৱাহ-বিসোঁৱাহ্
অর্থ : কোনো অঘটনীয় ঘটনাৰ পৰা উৎপন্ন হোৱা এনেকুৱা পৰিস্থিতি যʼত ডাঙৰ ক্ষতি হʼব পাৰে
উদাহরণ :
সংকটতত মগজুৱে কাম নকৰা হয়
সমার্থক : সংকট
অর্থ : সংগতি বিহীন বা বিচিত্র ধৰণৰ কথা
উদাহরণ :
বিপদ হʼল মহাৰাজ ! ৰাজকুমাৰী মহলত নাই