অর্থ : কোনো বস্তুৰ গুণাগুণ আদিৰ বিষয়ে জানিবৰ কাৰণে কৰা ব্যৱহাৰ
উদাহরণ :
ৰচী টনা শক্তি পৰীক্ষাৰ এটা খেল
সমার্থক : পৰীক্ষা
অর্থ : বিচাৰপূর্বক নি্র্ণয় ্ কৰা ক্রিয়া
উদাহরণ :
আজিকালিৰ আলোচনা চক্রত তুলসী দাসৰ ৰচনাৰাজি ভালদৰে বিবেচনা কৰে
সমার্থক : পর্যালোচনা, বিচাৰ-বিবেচনা, বিবেচনা, মীমাংসা, মূল্যায়ন
অর্থ : কোনো ঘটনা বা বিষয়ৰ মূল কাৰণৰ বা ৰহস্যৰ সন্ধান কৰা কার্য
উদাহরণ :
এই বিষয়টোৰ অনুসন্ধান উচ্চ বিষয়াবর্গৰ জৰিয়তে কৰা হʼব
সমার্থক : অনুসন্ধান, সম্পৰীক্ষা