পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বাৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বাৰ   বিশেষ্য

অর্থ : হিন্দু পঞ্জিকাৰ ওপৰত আধাৰিত সপ্তাহৰ কোনো এটা দিন

উদাহরণ : সোমবাৰ সপ্তাহৰ প্রথম দিন

সমার্থক : অহ্ন, দিন, দিৱস, বাসৰ

অর্থ : কোনো কাম কৰোতে বা খেল খেলোতে ক্রমানুসৰি সকলোৱে পোৱা সুযোগ

উদাহরণ : এতিয়া ৰামৰ পাল

সমার্থক : নম্বৰ, পাল

অর্থ : সূর্যোদয়ৰ পৰা সূর্যাস্তলৈকে সময়খিনি

উদাহরণ : আজিৰ দিনটো মোৰ কাৰণে বৰ ভাল গৰমকালি দিন দীঘল হয়

সমার্থক : অহ, অহ্ন, দিন, দিনা, দিবা, দিৱস, বাসৰ, ৰোজ

অর্থ : মদ কিনিলৈ খোৱা ঠাই

উদাহরণ : শ্যামাৰ গিৰিয়েকে সদায় মদিৰালয়ত মদ খাবলৈ যায়

সমার্থক : চেৰাপ ভাটি, তাড়িখানা, ভাটিখানা, মদিৰাগৃহ, মদিৰালয়, সুৰালয়

অর্থ : গণনা কৰি পোৱা সময়ৰ কোনো অংশৰ হিচাপ

উদাহরণ : মহাবীৰে ৰাতিপুৱা তিনি বাৰ আহাৰ গ্রহণ কৰে

সমার্থক : দফা

অর্থ : ফটো বা আয়না বন্ধা চাৰিকোণীয়া আকৃতি

উদাহরণ : এই ছবিখনৰ ফ্রেম লগাই দিয়ক

সমার্থক : ফ্রেম, বৃতি

অর্থ : দহ আৰু দুই যোগ কৰিলে পোৱা সংখ্যা

উদাহরণ : ছয় আৰু ছয় মিলি বাৰ হয়

সমার্থক : দ্বাদশ, ১২

অর্থ : ঋণ আদি কেইবাটাও ভাগত পৰিশোধ কৰা নিয়ম

উদাহরণ : মই এই ধাৰখিনি কিস্তি হিচাপত পৰিশোধ কৰিম

সমার্থক : কিস্তি, খেপ, দফা

বাৰ   বিশেষণ

অর্থ : দহ আৰি দুই

উদাহরণ : নাৱত বাৰজন লোক উঠি আছিল

সমার্থক : দ্বাদশ, ১২