অর্থ : কোনো কথাত হোৱা দন্দ্ব বা তর্কা-তর্কি
উদাহরণ :
তেওঁ ্ কাজিয়াৰ কাৰণ জানিব বিচাৰিছে
সমার্থক : কন্দল, কলহ, কলৌ, কাজিয়া, কাজিয়া-পেচাল, খৰিয়াল, জগৰা, ঝগড়া, দন, দন-খৰিয়াল, দন-হাই, দন্দ-খৰিয়াল, দন্দ্ব, বিবাদ, যুঁজ, যুঁজ-্বাগৰ, হাই-কাজিয়া, হুৰা-মুৰা, হুৰামুৰি
অর্থ : কোনো কথাত লগা বাদানুবাদ
উদাহরণ :
আজি ৰাতিপুৱাই তেওঁৰ সৈতে মোৰ চুপতা-চুপতি লাগিল
সমার্থক : উখনা-উখনি, খকা-খুন্দা, চুপতা-চুপতি, বাক-বিতণ্ডা, বাদ-বিতণ্ডা
অর্থ : কোনো পক্ষৰ খণ্ডন আৰু মণ্ডনত হোৱা কথা-বতৰা
উদাহরণ :
বেছি বাদ-বিবাদত পৰিলে হʼবলগীয়া কামটোও নহʼবগৈ
সমার্থক : তর্ক-বিত্্র্ক
অর্থ : শাস্ত্রীয় বিষয়ত পৰস্পৰৰ মাজত হোৱা বাদ-বিবাদ
উদাহরণ :
অষ্টাবক্রই ৰজা জনকৰ সভাত উপস্থিত ডাঙৰ-ডাঙৰ বিদ্বানৰ লগত বাদ-প্রতিবাদ কৰিলে
সমার্থক : বাত-বিতণ্ডা, বাদ-প্রতিবাদ, বাদপ্রতিবাদ