অর্থ : কোনো কথাত লগা বাদানুবাদ
উদাহরণ :
আজি ৰাতিপুৱাই তেওঁৰ সৈতে মোৰ চুপতা-চুপতি লাগিল
সমার্থক : উখনা-উখনি, খকা-খুন্দা, চুপতা-চুপতি, বাক-বিতণ্ডা, বাদ-বিবাদ
অর্থ : অনাহকত কৰা তর্ক ্বা বিবাদ
উদাহরণ :
এনে ধৰণৰ বাক-বিতণ্ডাৰ পৰা আচলতে তুমি কি পোৱা ?
সমার্থক : বাক-বিতণ্ডা, বিতণ্ডা