সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ব্যৱহাৰ বা আচৰণৰ বিষয়ত নীতি, ্ধর্ম, বিধি আদিৰ জৰিয়তে নিশ্চিত কৰা ৰীতি বা প্রতিবন্ধতা
উদাহরণ : আমি নিজৰ নিয়মৰ পালন কৰা উচিত
সমার্থক : কায়দা, নিয়ম, সিদ্ধান্ত
অর্থ : ঋষি আদিৰ মান্য উপদেশ
উদাহরণ : শংকৰাচার্যৰ অদ্বৈত সিদ্ধান্তক সকলোৱে নামানে
সমার্থক : মত, সিদ্ধান্ত
অর্থ : কোনো পণ্ডিত লোকে প্রতিষ্ঠা কৰা বিদ্যা, কলা আদিৰ সম্বন্ধে কোৱা মূল কথা বা মত যিটো সকলো লোকে মানি লয়
উদাহরণ : ডাৰউইনে ক্রমবিকাশৰ মতবাদ অনুসৰি মানুহৰ নেজ আছিল
সমার্থক : মত, মতবাদ, সিদ্ধান্ত
ইনস্টল