সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি বস্তু কোনো কামত ব্যৱহাৰ কৰা হয়
উদাহরণ : ইটা, চিমেণ্ট আদি সামগ্রী ঘৰ সজা কামত লাগে
সমার্থক : পদার্থ, মাল, মাল-বস্তু, সামগ্রী
অর্থ : বাস্তৱিক বা কল্পিত সত্তা
উদাহরণ : বতাহ এক বিমূর্ত্ত বস্তু
সমার্থক : সামগ্রী
অর্থ : যিটোৰ কোনো আকাৰ বা ৰূপ আছে আৰু যিটো কোনো খণ্ড, শৰীৰ আদিৰ ৰূপত থাকে
উদাহরণ : গাখীৰ এবিধ পেয় পদার্থ
সমার্থক : দ্রব্য, পদার্থ
ইনস্টল