সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বর্ণ্্মালাৰ কোনো স্বৰ বা ব্যঞ্জন বর্ণ
উদাহরণ : শিক্ষাৰ আৰম্ভণি আখৰৰ জ্ঞানৰ পৰা আৰম্ভ হয়
সমার্থক : অক্ষৰ, আখৰ, হৰফ
অর্থ : মানৱ সমাজত বংশ-পৰম্পৰা অনুসৰি কৰা শ্রেণীবিভাগ:হিন্দু সমাজত একে জাতিৰ ভিতৰতে বিয়া হোৱা প্রথা আছে
উদাহরণ :
সমার্থক : কুল, গোত্র, জাত, জাত-কুল, জাতি, বংশ, সম্প্রদায়, ্ জাত-পাত
অর্থ : হিন্দুসকলৰ চাৰি বিভাগ- ব্রাহ্মণ, ক্ষত্রিয়, বৈশ্য আৰু শূদ্র
উদাহরণ : বর্ণ ব্যৱস্থাত ব্রাহ্মণৰ স্থান সকলোতকৈ ওপৰত
ইনস্টল