সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : জুলীয়া পদার্থক ্ কোনো মিহি কাপোৰ, চাকনি আদিৰে সৰকাই দিয়া কার্য, ্ যাতে লেতেৰা, জাবৰ আদি তাত ৰৈ যায়
উদাহরণ : মায়ে চাকনিৰে চাহ চাকিছে
সমার্থক : চাকা, চালা
অর্থ : পানী বা অন্য কোনো তৰল পদার্থত মিহলি হৈ থকা ময়লা তললৈ বহি যোৱা এক অৱস্থা
উদাহরণ : খোৱা পানীত ফিটকিৰী দি পানী নিষ্কাশন কৰা হয়
সমার্থক : নিষ্কাশন কৰা, পৰিষ্কাৰ কৰা, শোধন কৰা
ইনস্টল