সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বিষয় বা কথাৰ অন্তিম বা চৰম সীমা
উদাহরণ : কোনেও নিজৰ অধিকাৰৰ পৰিসীমা লংঘন কৰিব নালাগে
অর্থ : যি ঠাইত সীমা শেষ হৈছে
উদাহরণ : এই জুৰিটোৱেই মোৰ গাঁৱৰ শেষ সীমা
সমার্থক : চৰমসীমা, শেষ সীমা, শেষসীমা, সীমান্ত
অর্থ : কোনো বস্তুক চাৰিওফালে আৱৰি ৰখা কোনো ৰেখা বা যতন
উদাহরণ : তেওঁ খেতিডৰাৰ চাৰিওফালে ঘেৰ দি থৈছে থৈছে
সমার্থক : আওতা, আবেষ্টনী, গণ্ডী, ঘেৰ, চাৰিসীমা, পৰিধি, পৰিবেষ্টন, পৰিবেষ্টনী, বেষ্টনি, বেৰণ, বেৰা, মেৰ
ইনস্টল