সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো ব্যক্তিয়ে বা ব্যক্তিৰ দ্বাৰা আন ব্যক্তিক তৎক্ষণাত আক্রমণ কৰি মাৰি পেলোৱা........
উদাহরণ : ইন্দিৰা গান্ধীৰ দেহৰক্ষীয়েই তেওঁক হত্যা কৰিলে
সমার্থক : খুন, নিধন, প্রাণ-সংহাৰ, প্রাণনাশ, প্রাণে মৰা, বধ, বিনাশ, মাৰণ, মৰা-, শেষ, সংহাৰ, হত্যা, হনন
অর্থ : জীৱনৰ অন্ত পেলোৱা কার্য
উদাহরণ : সন্ত্রাসবাদীয়ে পাঁচজন লোকক মাৰিলে
সমার্থক : জীৱন লোৱা, প্রাণ বায়ু উৰোৱা, বধ কৰা, মৰা, সংহাৰ কৰা, হত্যা কৰা, হনন কৰা
ইনস্টল