সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সদায় আচৰণ কৰি লাভ কৰা এক ব্যৱহাৰিক নিয়ম:তেওঁ পুৱা সদায় সোনকালে উঠা অভ্যাস
উদাহরণ :
সমার্থক : অভ্যাস, আত্মভাব, গুণ, চৰিত্র, ধর্ম, ধাত, প্রবণতা, প্রবৃতি, প্রবৃত্তি, স্বভাৱ, স্বৰূপ
অর্থ : বিভিন্ন ৰূপাত্মক জগতৰ বিকাশ সাধন কৰা সেই মূল শক্তি যাৰ ৰূপ দৃশ্য ৰূপত দেখা যায়
উদাহরণ : গছ কটাৰ কাৰণে প্রকৃতিৰ সন্তুলনত বিকাৰ ঘটিছে
সমার্থক : নি্সর্গ
অর্থ : গছ-গছনি, পশু-পক্ষী, ্ পর্বত-্পাহাৰ আদিৰে ভৰি থকা প্রাকৃতিক দৃশ্যৰ পৃথিৱী
উদাহরণ : প্রকৃতিক অখণ্ড ৰূপত ৰাখিবৰ কাৰণে মজবুট পদক্ষেপ লোৱা উচিত
সমার্থক : নি্সর্গ, ্বাহ্যজগত
অর্থ : বস্তু বা ব্যক্তিৰ নিজস্ব গুণ বা ধর্ম
উদাহরণ : তেওঁ ্ লাজুক স্বভাৱৰ
সমার্থক : চৰিত্র, মেজাজ, স্বভাৱ, স্বৰূপ
ইনস্টল