অর্থ : যাৰ ওপৰত প্রকাশ বা পোহৰ পৰিছে
উদাহরণ :
চন্দ্রগ্রহ সূর্য্যৰ পোহৰেৰে প্রকাশিত হয়
সমার্থক : আলোকিত
অর্থ : যিটো ছপা মাধ্যমত মানুহৰ সন্মুখলৈ আহিছে
উদাহরণ :
শ্রীবাস্তৱদেৱে নিজৰ নতুনকৈ প্রকাশিত হোৱা কিতাপখনৰ এটা কপি মোক দিলে
অর্থ : যি সকলোৰে সন্মুখত আছে বা সন্মুখলৈ আহিছে
উদাহরণ :
কথাটো প্রকাশিত হৈছে যেতিয়া ভয় কৰিবলগীয়া কি আছে
সমার্থক : আৱিভূত, প্রকটিত, প্রস্ফূটিত
অর্থ : যিটো প্রকট কৰা হৈছে বা যাৰ অভিব্যঞ্জনা হৈছে
উদাহরণ :
প্রকাশিত ভাৱক লুকুওৱাৰ চেষ্টা কিয় কৰি আছা
সমার্থক : অভিব্যঞ্জিত, প্রকটিত, ব্যক্ত