অর্থ : কাহিনী, উপন্যাস আদিত থকা সেই ব্যক্তি যাৰ কথাবস্তুত কোনো স্থান আছে
উদাহরণ :
নাটকৰ সকলো চৰিত্রই জীৱন্ত অভিনয় কৰিলে
সমার্থক : চৰিত্র
অর্থ : কিবা লোৱা বা পোৱাৰ যোগ্য ব্যক্তি
উদাহরণ :
দান যোগ্য ব্যক্তিকহে দিয়া উচিত
সমার্থক : যোগ্য ব্যক্তি