অর্থ : আঁৰ কৰিবলৈ বিশেষকৈ দুৱাৰ-খিৰিকিত ওলোমাই ৰখা কাপোৰ
উদাহরণ :
তেওঁৰ দুৱ্াৰত এখন উৱলি যোৱা পর্দা লগাই থৈছে
সমার্থক : আঁৰ, আঁৰ-ক্াপোৰ, চিক, ঢাপলিকা, পর্দ্দা
অর্থ : যন্ত্র আদিৰ সহায়ত চিত্র ্প্রদর্শন কৰিব পৰা এক ধৰণৰ পাতল চাদৰৰ দৰে উপকৰণ
উদাহরণ :
এই চিনেমা হলটোৰ পর্দা বহুত সৰু
সমার্থক : স্ক্রীণ
অর্থ : আঁৰ কৰিব পৰা এক প্রকাৰৰ উপকৰণ
উদাহরণ :
এটা কোঠাক বাঁহৰ কাঠীৰে তৈয়াৰী পর্দাৰে চাৰি ভাগত বিভাজিত কৰা হʼল
সমার্থক : পৰদা