সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কাম আদি কৰাৰ বাবে নি্র্ধাৰণ কৰা শৈলী
উদাহরণ : যদি তুমি এই ঢঙেৰে কাম কৰা তেনেহʼলে পিছত বহুত পস্তাবা
সমার্থক : কায়দা, ঢঙ, নিয়ম, বিধি, শৈলী, ৰীতি
অর্থ : কোনো বস্তু হোৱা, বনোৱা বা ওলোৱা কার্য
উদাহরণ : ইউৰিয়া ৰাসায়নিক প্রক্রিয়াৰ দ্বাৰা তৈয়াৰ কৰা হয়
সমার্থক : ক্রিয়া, প্রক্রিয়া, প্রণালী
ইনস্টল