সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : দীঘল আৰু বহল সমতল ভূমি
উদাহরণ : লʼৰা-ছোৱালীবোৰে পথাৰত খেলি আছে
সমার্থক : ক্ষেত্র, প্রাঙ্গণ, প্রাঙ্গন, প্রান্তৰ, ময়দান
অর্থ : শস্য উৎপাদন কৰিবলৈ খেতিৰ চাৰিওফালে জেওৰা আদিৰে ঘেৰি দিয়া ঠাই
উদাহরণ : এই খেতিপথাৰখন যথেষ্ট সাৰুৱা
সমার্থক : খেতি পথাৰ, খেতি মাটি, খেতি-পথাৰ, খেতিপথাৰ, ভূঁই, শস্যক্ষেত্র
ইনস্টল