সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : অনৈতিক হোৱা অৱস্থা বা ভাব
উদাহরণ : অনৈতিকতাই মানুহক ৰসাতললৈ নিয়ে
সমার্থক : অনীতি, অনৈতিকতা, নীতিহীনতা
অর্থ : যিটো নৈতিক নহয় বা যʼত নৈতিকতা নাই
উদাহরণ : যেতিয়া দেশৰ কর্ণধ্াৰসকলেই চুৰি, ঘোচখুৰীৰ দৰে অনৈতিক কাম কৰে তেতিয়া দেশৰ অৱস্থা কি হʼব!
সমার্থক : অনীতিপূর্ণ, অনুচিত, অনৈতিক, নীতিবিৰুদ্ধ
ইনস্টল