অর্থ : তুচ্ছ বা নগণ্য হোৱা অৱস্থা বা ভাব
উদাহরণ :
কোনো কথাৰ কাৰণে আমি হীনতা অনুভৱ কৰিব নালাগে
সমার্থক : উলাই, তুচ্ছজ্ঞান, তুচ্ছতা, হীনতা
অর্থ : দুর্জন ্হোৱাৰ অৱস্থা বা ভাব
উদাহরণ :
দুষ্টতাৰ পৰা আঁতৰি থাকা
সমার্থক : অসাধুতা, দুর্জ্্নতা, দুষ্টতা, শঠতা