সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যাৰ কোনো অর্থ ্নাথাকে
উদাহরণ : তোমাৰ এই অর্থহীন প্রশ্নৰ মোৰ ওচৰত কোনো উত্তৰ নাই
সমার্থক : অনর্থক, অর্থহীন
অর্থ : যিটো উপযোগী নহয় বা কোনো কামত নাহে
উদাহরণ : এইটো আপোনাৰ কাৰণে অনুপযোগী বস্তু অপ্রয়োজনীয় কথাত নিজৰ সময় নষ্ট নকৰিবা
সমার্থক : অনর্থক, অনুপযোগী, অপ্রযোজ্য, অপ্রয়োজনীয়, অব্যৱহার্য, ্অলাগতিয়াল, ্বেকাৰ
অর্থ : যাৰ কোনো ফল বা পৰিণাম নাই
উদাহরণ : মই তেওঁক বুজোৱাৰ নিষ্ফল প্রয়াস কৰিলোঁ
সমার্থক : নিষ্ফল, বিফল, ব্যর্থ
ইনস্টল