অর্থ : যিটো সম্পূর্ণ্্ভাৱে নিশ্চিত
উদাহরণ :
ঘৰ কিনাৰ বিষয়ত মই এতিয়াও কোনো সুনিশ্চিত সিদ্ধান্ত লোৱা নাই
সমার্থক : নির্দিষ্ট, নি্র্ধাৰিত, সঠিক, সুনিশ্চিত
অর্থ : যিটোৰ লৰচৰ নহয় অর্থাৎ যিটো নিশ্চয়কৈ হʼব
উদাহরণ :
জন্ম লোৱা জীৱ মাত্রেই মৃত্যু অৱশ্যম্ভাবী
সমার্থক : অটল, অনিবার্য, অনিবার্য্য, অৱশ্যম্ভাবী, অৱশ্যম্ভাৱী
অর্থ : যিটো নি্র্ধাৰিত বা নিশ্চিত
উদাহরণ :
মই নিশ্চিত ঠাইত উপস্থিত হʼম
সমার্থক : ঠিক, নির্দিষ্ট, নি্র্ধাৰিত, নিয়ত, সঠিক