সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো আদর্শস্বৰূপ ব্যক্তি বা কার্য, ্যাক অনুকৰণ কৰাটো নৈতিকতাৰ ভিতৰত ধৰা হয়
উদাহরণ : ভগৱান ৰামৰ কার্য আধুনিক যুগৰ মানুহৰ কাৰণে এটা ভাল উদাহৰণ
সমার্থক : আর্হি, উদাহৰণ, দৃষ্টান্ত, নজিৰ, নিদ্্র্শন
অর্থ : কোনো বস্তু সজা বা কোনো কাম আদি কৰাৰ আগতে তৈয়াৰ কৰি লোৱা তাৰ এক ৰূপ
উদাহরণ : নতুন মেচিনৰ আর্হি তৈয়াৰ কৰা হৈ গৈছে
সমার্থক : আর্হি, মডেল
অর্থ : কোনো পদার্থ আদিৰ প্রকাৰ, গুণ আদিৰ পৰিচয় কৰোৱাৰ কাৰণে তাৰ পৰা উলিওৱা কিছু অংশ
উদাহরণ : খেতিয়কে শস্যৰ নমুনা মহাজনক দেখুৱালে
অর্থ : যিটো দেখি বা সেই অনুসৰি কিবা কৰা বা বনোৱা হয়
উদাহরণ : বৈজ্ঞানিকসকলে চৰাইৰ নমুনা চাই উৰাজাহাজৰ নি্র্মাণ কৰিছিল
সমার্থক : আর্হি, ডিজাইন
অর্থ : কোনো বিষয়ক স্পষ্টভাৱে কোৱা বা প্রমাণ কৰিবৰ কাৰণে কৰা কোনো জ্ঞাত অন্য বিষয়ৰ উল্লেখ
উদাহরণ : উদাহৰণ দি বুজালে কোনো বিষয় সোনকালে বুজিব পাৰি
সমার্থক : উদাহৰণ, দৃষ্টান্ত
ইনস্টল