অর্থ : কোনো শ্্ব্দ, বাক্য, লেখা আদি চাই তাক আক্ষৰিকভাৱে লিখা কার্য
উদাহরণ :
শিক্ষকে দুজন পৰীক্ষার্থীক নকল কৰি থাকোঁতে ধৰিলে
অর্থ : কাৰোবাৰ আদব-কায়দা অথবা কথা বতৰাৰ হুবহু ৰূপত কৰা অনুসৰণ
উদাহরণ :
সৰু লʼৰাটোৱে নিজৰ ককাকৰ নকল কৰি আছে